Assam Tet 2021:Child Development and Pedagogy ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ

 

1. Development refers to 

বিকাশ মানে 

A. Quantitative Changes ( পৰিমানগত পৰিবৰ্তন )

B. Quantitative Changes ( গুণগত পৰিবৰ্তন )

C. Both A and B ( দুয়োটাই শুদ্ধ)

D. None of the above ( ওপৰৰ কোনোটোৱেই নহয় )


উত্তৰ: B. Quantitative Changes ( গুণগত পৰিবৰ্তন )


2.Which is the element of Development?


বিকাশৰ এটা উপাদান কোনটো 


A. Maturation ( পৰিপক্কতা)

B. Personality ( ব্যক্তিত্ব)

C. Size and shape of the body( দেহৰ আকাৰ আকৃতি)

D. All of the above ( ওপৰৰ গোটেই কেইটা)


উত্তৰ: A. Maturation ( পৰিপক্কতা)


3. Heredity and Environment influences upon ( বংশগতি আৰু পৰিৱেশে প্ৰভাৱিত কৰে)

A. Growth ( বৃদ্ধিৰ)

B. Development ( বিকাশৰ)

C. Experience ( অভিজ্ঞতাৰ)

D. All of the above ( ওপৰৰ গোটেও কেইটা)


উত্তৰ:  B. Development ( বিকাশৰ)


4. The greatest character of child mentality is ( শিশুৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল)

A. Religious Mind ( ধৰ্ম পৰায়নতা)

B. Assuming life in both animal and matter ( প্ৰাণী আৰু জড় বস্তু সকলোৱে প্ৰাণ থকা বুলি ধৰি লয়)

C. Strong development bond ( হাড়ৰ গঠন মজবুত হোৱা)

D. Enjoying of natural beauty ( প্ৰাকৃতিক দৃশ্য উপভোগ কৰা )


উত্তৰ: B. Assuming life in both animal and matter ( প্ৰাণী আৰু জড় বস্তু সকলোৱে প্ৰাণ থকা বুলি ধৰি লয়)


5. The factors responsible for emotional development of child is ( শিশুৰ আবেগিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ) 

A. Political Environment ( ৰাজনৈতিক পৰিৱেশ )

B. Love and affection of the family ( পৰিয়ালৰ সদস্য সকলৰ মৰম চেনেহ) 

C. Globalization ( বিশ্বায়ন আৰু গোলকীকৰণে )

D. Natural Environment ( প্ৰাকৃতিক পৰিৱেশ )

উত্তৰ: B. Love and affection of the family ( পৰিয়ালৰ সদস্য সকলৰ মৰম চেনেহ)


6. A child learns to write independently when he attains ( এটা শিশুৱে লিখিবলৈ শিকে ব্যক্তিগতভাৱে যেতিয়া সি পায়গৈ )

A. Late Childhood ( শেহতীয়া বাল্যকাল) 

B. Early Childhood ( আগতীয়া বাল্যকাল)

C. All of above ( ওপৰৰ গোটেইকেইটা) 

D. Infancy ( শৈশৱ কাল)


উত্তৰ: A. Late Childhood ( শেহতীয়া বাল্যকাল) 


7. An Individual preference for engaging in one or more specific activities relative to others is known as -( বিভিন্ন বস্তুৰ মাজৰ পৰা এজন ব্যক্তিয়ে এটা বা বেছি বিশিষ্ট বস্তুৰ ওপৰত দিয়া প্ৰাধানক জনা যায় 

A. Attention ( মনোযোগ)

B. Interest ( আগ্ৰহ)

C. Values ( মূল্য)

D. Personality ( ব্যক্তিত্ব)


উত্তৰ: B. Interest ( আগ্ৰহ)


8. The word 'interest' has originated from ( 'Interest' শব্দটো উৎপত্তি হৈছে )

A. English language ( ইংৰাজী ভাষাৰ পৰা )

B. Sanskrit language ( সংস্কৃত ভাষাৰ পৰা )

C. French ( ফৰাচী ভাষাৰ পৰা )

D. Latin language ( লেটিন ভাষাৰ পৰা)


উত্তৰ: D. Latin language ( লেটিন ভাষাৰ পৰা)


9." A thing that interest us is just something that concern us or matter is " -who gave this definition of Interest 

"এটা বস্তু যি আমাৰ মনত আগ্ৰহৰ সৃষ্টি কৰে সি হৈছে আমাৰ লগত জড়িত বা সমন্ধযুক্ত" আগ্ৰহৰ এই সংজ্ঞাটো কোনে আগবঢ়াইছিল ।


A. J.P Guildford ( জে পি গিলফোৰ্ড)

B. Ross ( ৰ'চ)

C. William Mc. Dougall ( উইলিয়াম মেকডগেল)

D. Woolworth ( উডৱৰ্থ)

উত্তৰ: B. Ross ( ৰ'চ)


10. Interest may be of _ types 

আগ্ৰহৰ প্ৰকাৰ হ'ব পাৰে 

A. দুই প্ৰকাৰ

B. তিনি প্ৰকাৰ 

C. চাৰি প্ৰকাৰ 

D. ওপৰৰ কোনোটোৱেই নহয় 


উত্তৰ: C. চাৰি প্ৰকাৰ ।


11.Habits are also known as _ Nature 

অভ্যাসক - প্ৰকৃতি বুলি কোৱা হয় 

A..প্ৰথম ( First )

B. দ্বিতীয়( Second )

C. তৃতীয় ( Third )

D. চতুৰ্থ ( Fourth) 

উত্তৰ: B. দ্বিতীয়( Second )


12. Name the First Psychologists among of the following who worked on Intelligence

কোনজন প্ৰথম মনোবিজ্ঞানীয়ে বুদ্ধিৰ ওপৰত প্ৰথমে কাম কৰিছিল 


A. আলফ্ৰেড  বিনেট ( Alfred Binet )

B.  ৱেচেক্সলাৰ( Wechsler )

C.  থৰ্নডাইক (Thorndike )

D. স্কিনাৰ( Skinner)


উত্তৰ: A. আলফ্ৰেড  বিনেট ( Alfred Binet )


13. Who proposed the two factors theory of Intelligence ? 

বুদ্ধিৰ দ্বিকাৰক তত্ব কোনে আগবঢ়াইছিল ?


A.স্পিয়েৰমেন (Spearman)

B.থাছষ্টোন( Thurston)

C. গাৰ্ডনাৰ (Gardener )

D.ওপৰৰ কোনোটোৱেই নহয় (None of the Above )


উত্তৰ: A.স্পিয়েৰমেন (Spearman)


14. I.Q is the measure of what -

বুদ্ধ্যাংক কিহৰ জোখ 


A. আগ্ৰহ (Interest )

B. বুদ্ধি ( Intelligence)

C. ব্যক্তিত্ব (Personality)

D. ওপৰৰ কোনোটোৱেই নহয় (None of the Above )


উত্তৰ : B. বুদ্ধি ( Intelligence)


15.I.Q range of average person is -

( সাধাৰণ ছাত্ৰৰ বুদ্ধ্যাংক পৰিমাণ হ'ল)

A.110-109

B.90-109

C.Below 70(70 ৰ তলৰ )

D.80-89


উত্তৰ: B.90-109


16. Performance test is one types of -

সম্পাদন অভীক্ষা হ'ল -

A. বুদ্ধিৰ অভীক্ষা Intelligence Test 

B. ব্যক্তিত্বৰ অভীক্ষা  Personality Test 

C.  সৃজনাত্মক অভীক্ষা Creative Test 

D. ওপৰৰ কোনোটোৱেই নহয় None of the above 


উত্তৰ: A. বুদ্ধিৰ অভীক্ষা Intelligence Test 


17.Three Dimensional Theory of Intelligence was proposed by - 

বুদ্ধিৰ ত্ৰিমাত্ৰিক তত্ব আগবঢ়াইছিল 


A.থাছষ্টোন( Thurston)

B. গিলফোৰ্ড Guilford 

C.  বিনেট Binet

D. ওপৰৰ কোনোটোৱেই নহয় ( None of the above )


উত্তৰ: B. গিলফোৰ্ড Guilford 


18. Which among of the following is a quality of a creative person ? 

তলত দিয়াবোৰৰ কোনটো সৃজনশীল ব্যক্তিৰ গুণ হ'ব পাৰে 


A. আৱেগিক (Emotional )

B. আত্ম বিশ্বাসী Self- confidence 

C. শাৰীৰিক ভাৱে সুস্থ Physically fit 

D. ওপৰৰ কোনোটোৱেই নহয় (None of the above )

উত্তৰ: B. আত্ম বিশ্বাসী Self- confidence 


19. The word 'personality' is derived from language 

ব্যক্তিত্ব শব্দটো কোনটো ভাষাৰ পৰা আহিছে 


A. গ্ৰীক Greek 

B.  লেটিন Latin

C. জাৰ্মান German 

D. None of the above ( ওপৰৰ কোনোটোৱেই নহয় )


উত্তৰ: B.  লেটিন Latin


20. Personality is derived from the Latin word 

ব্যক্তিত্ব শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা আহিছে 


A. Personify 

B. Persona

C. Person

D. None of the above 



উত্তৰ: B. Persona

21.Delinquency of child is 

শিশুৰ অপৰাধ প্ৰৱণতা এটা 

A.শাৰীৰিক সমস্যা Physical Problem

B. আৱেগিক সমস্যা Emotional Problem 

C. ৰাজনৈতিক সমস্যা Political Problem 

D. ওপৰৰ এটাও নহল None of the above 


উত্তৰ: B. আৱেগিক সমস্যা Emotional Problem


22. Several behavior of child is controlled by 

শিশুৰ বেছিভাগ আচৰণ নিয়ন্ত্ৰিত হয় 


A. বুদ্ধিৰ দ্বাৰা Intelligence

B. প্ৰবৃত্তিৰ দ্বাৰা Instinct 

C. ব্যক্তিত্বৰ দ্বাৰা Personality  

D. পৰিয়ালৰ নীতি নিয়মৰ দ্বাৰা ( Rules and regulations of the family 


উত্তৰ: B. প্ৰবৃত্তিৰ দ্বাৰা Instinct 


23.I.Q Of Mentally retarded children are - 

 মানসিক ভাৱে বাধাগ্ৰস্ত শিশুবোৰৰ বুদ্ধাংকৰ পৰিমাণ হ'ল 

 A. 70 ৰ তলত Below 70

 B. 90 ৰ তলত Below 90

 C. 100 ৰ তলত Below 100

 D.ওপৰৰ কোনোটোৱেই নহয় None of the above

 

উত্তৰ:   A. 70 ৰ তলত Below 70


24.Which psychological first use the word 'mental hygiene' ?


মানসিক স্বাস্ব্যহীনতাৰ প্ৰধানতম লক্ষণ হল 

A. মানসিক সংঘাত( Mental Conflict )

B. বেছি টোপনি যোৱা ( Excess sleeping )

C. হাঁহি ফূৰ্তি কৰা ( Delightness )

D. ওপৰৰ কোনোটোৱেই নহয় ( None of the above )

উত্তৰ: A. মানসিক সংঘাত( Mental Conflict )


25. The term 'Hygiene ' is originated from - 

A. লেটিন শব্দ ( Latin word)

B. গ্ৰীক  শব্দ ( greek word )

C. ইংৰাজী শব্দ ( English Word )

D. ফৰাচী শব্দ French word 


উত্তৰ: B. গ্ৰীক  শব্দ ( greek word )


26.The meaning of word 'Hygiene' is -

( হাইজিন শব্দৰ অৰ্থ হল)

A. স্বাস্থ্য Health 

B. মন Mind 

C. দেহ Body 

D.ওপৰৰ কোনোটোৱেই নহয়  None of the above 


উত্তৰ: A. স্বাস্থ্য Health 


27. The father of the concept of  mental illness is - ( মানসিক অসুস্থতাৰ ধাৰণাৰ পিতৃ হ'ল 

A. চিগমাণ্ড ফ্ৰয়েড  Sigmund Freud

B. থৰ্নডাইক Thorndike 

C.প্লেটো Plato

D.  পেভলভ Pavlov 


উত্তৰ: A. চিগমাণ্ড ফ্ৰয়েড  Sigmund Freud

28. A book title ' A mind that found itself " was written by 

' A mind that found itself " নামৰ গ্ৰন্থখন লিখিছিল 

A. Jersild( জাচিল্ড)

B. Clifford Beers ( ক্লিফৰ্ড বিয়েৰ্চ)

C. S.S. Mathur( S.S. MATHUR )

D. Cyril Burt ( চিৰিল ৱাৰ্ট )


উত্তৰ: B. Clifford Beers ( ক্লিফৰ্ড বিয়েৰ্চ)


29. Which along the following are the symptoms of mentioned abnormality and illness 

 তলত দিয়াবোৰৰ কোনটো মানসিক অস্বাভাৱিকতা আৰু ৰোগগ্ৰস্ততাৰ লক্ষণসমূহ হ'ব পাৰে 

 A. দেহৰ ওজন অস্বাভাৱিক পৰিবৰ্তনAbnormal change in body weight 

 B.কথন আৰু লিখনত বাধাগ্ৰস্ততা Speed and writing disorder 

 C.স্মৃতি শক্তি হেৰুৱা  Loss of memory power 

 D. ওপৰৰ আটাইকেইটাAll of the above 



উত্তৰ: D. ওপৰৰ আটাইকেইটাAll of the above

No comments:

Powered by Blogger.