পৰিৱেশ বিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ: ASSAM TET 2021
1. Chipko movement was started in the year -( চিপকো আন্দোলন আৰম্ভ হৈছিল)
A.In 1971 ( 1971 চনত )
B.In 1972 ( 1972 চনত )
C.In 1973 ( 1973 চনত )
D. In 1974 ( 1974 চনত )
উত্তৰ: B.In 1972 ( 1972 চনত )
2. Silentvally movement was held in- ( ছাইলেন্টভেলি আন্দোলন হৈছিল)
A. Kerela (কেৰেলাত)
B. Assam ( অসমত )
C. Uttar Pradesh ( উত্তৰ প্ৰদেশত)
D. Sikkim ( ছিক্কিম )
উত্তৰ: A. Kerela (কেৰেলাত)
3. Which of the following gas is more responsible for increase the temperature of the earth -
( পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধিত কোনবিধ গেছৰ ভূমিকা সৰ্বাধিক?
A. Co2 ( Carbon Dioxide )
B. CH4 (Methane )
C. CFC (Chlorofluorocarbon)
D.N20
উত্তৰ: A. Co2 ( Carbon Dioxide )
4. Charnobyl accident was occurred in -( চেনোবিলৰ দুৰ্ঘটনা হৈছিল)
A. 26th April, 1986
B. 1st April ,1986
C. 26 April ,1985
D. 26 April ,1988
উত্তৰ: A. 26th April, 1986
5. Leader of Narmada Bachao movement is -
(নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী হ'ল )
A. মেনকা গান্ধী
B. মহাত্মা গান্ধী
C. মেধা পাটেকাৰ
D. সুন্দৰলাল বহুগুণা
উত্তৰ: C. মেধা পাটেকাৰ
6. অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ( Total numbers of National Parks in Assam -
A. 5
B. 6
C.7
D. 9
উত্তৰ: 7
7. Raimona National Park is in ( ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আছে
A. শোণিতপুৰ জিলাত
B. ডিব্ৰুগড়
C. কোকৰাঝাৰ জিলা
D. নগাঁও
উত্তৰ: C. কোকৰাঝাৰ জিলা
8. Dihing Patkai National Park is in ( দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আছে
A. শোণিতপুৰ জিলাত
B. ডিব্ৰুগড়
C. কোকৰাঝাৰ জিলা
D. নগাঁও
উত্তৰ: B. ডিব্ৰুগড়
9. Which plant changes their leaves in a year is called - ( যিবোৰ উদ্ভিদে বছৰত এবাৰ পাত সলায় তাক
A. Tree ( বৃক্ষ )
B. পৰ্ণপাতী উদ্ভিদ
C. চিৰসেউজীয়া উদ্ভিদ
D. সাধাৰণ উদ্ভিদ
উত্তৰ: B. পৰ্ণপাতী উদ্ভিদ
10. Cause of Ozone hole is -( অ'জন স্তৰ অৱক্ষয় কাৰণ -
A. CO
B. CO2
C. CFC
D. CH4
উত্তৰ: C. CFC
11. Biome means ( বায়'ম হ'ল )-
A. Microorganisms ( অণুজীৱ)
B. An Ecosystem ( পৰিস্থিতি তন্ত্ৰ )
C. Plant and animal found in Specific area ( এটা নিৰ্ধাৰিত অঞ্চলত থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদ)
D. A type of Air ( বায়ুৰ এক প্ৰকাৰ )
উত্তৰ: C. Plant and animal found in Specific area( ( এটা নিৰ্ধাৰিত অঞ্চলত থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদ)
12. Green House gases mainly absorbs ( সেইজগৃহ গেছবোৰে ঘাইকৈ শোষণ কৰে )
A. Light ( পোহৰ)
B. X-ray( ৰঞ্জন ৰশ্মি)
C. Ultraviolet Ray ( অতি বেঙুনীয়া ৰশ্মি )
D. Infrared Ray ( অবলোহিত ৰশ্মি)
উত্তৰ: D. Infrared Ray ( অবলোহিত ৰশ্মি)
13. Which gases present in Stratosphere absorbs ultraviolet rays ?
( ষ্টেটচস্ফীয়েৰত থকা কোনবিধ গেছে অতিবেঙুনীয়া ৰশ্মি শোষণ কৰে ?
A. Nitrogen ( নাইট্ৰজেন )
B. Hydrogen( হাইড্ৰ'জেন)
C. Ozone ( অ'জন )
D. Sulphur ( ছালফাৰ )
উত্তৰ: C. Ozone ( অ'জন )
14. Smog means ( স্মগ হ'ল )
A. Dust Wind ( ধূলিৰ ধুমুহা )
B. Mixture of smoke and fog ( ধোঁৱা আৰু কুঁৱলীৰ মিশ্ৰণ )
C. Mixture of Dust and Smoke ( ধূলি আৰু ধোঁৱাৰ মিশ্ৰণ)
D. None of the above ( ওপৰৰ এটাও নহয় )
উত্তৰ: B. Mixture of smoke and fog ( ধোঁৱা আৰু কুঁৱলীৰ মিশ্ৰণ )
15.Nation Science Day of India is ( ভাৰতৰ বিজ্ঞান দিৱস হ'ল
A. 28 February (28 ফেব্ৰুৱাৰী)
B. 30 January ( 30 জানুৱাৰী )
C. 30 March ( 30 মাৰ্চ)
D. 30 April ( 30 এপ্ৰিল)
উত্তৰ: A. 28 February (28 ফেব্ৰুৱাৰী)
16. Which of the following organism can survive without oxygen ( তলৰ কোনবিধ জীৱই অক্সিজেন নোহোৱাকৈ জীয়াই থাকিব পাৰে ?)
A. Virus(ভাইৰাছ)
B. Fish( মাছ)
C. Some Bacteria ( কিছুমান বেক্টেৰিয়া )
D. Green plant ( সেউজীয়া উদ্ভিদ)
উত্তৰ: C. Some Bacteria ( কিছুমান বেক্টেৰিয়া )
17. The green house effect was discovered by ( সেইজগৃহ পৰিঘটনা আবিষ্কাৰ কৰিছিল)
A. Ruller( ৰুলাৰ)
B. J. Fourier ( জে ফৰিয়াৰ)
C. J.C. Farman ( জে চি ফাৰ্মেন )
D. Harrison ( হৰিচন)
উত্তৰ: B. J. Fourier ( জে ফৰিয়াৰ)
18. Name of the organism which causes malaria ( মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম )
A. Plasmodium -Vivax( প্লাজমডিয়াম ভাইভেক্স)
B. Salmonella ( চালম'নেলা)
C. Mycobacterium ( মাইকবেক্টেৰিয়াম)
D. None of the Above ( ওপৰৰ এটাও নহয়)
উত্তৰ: A. Plasmodium -Vivax( প্লাজমডিয়াম ভাইভেক্স)
19.Which of the following disease not occurred due to bacteria ( তলৰ কোনবিধ ৰোগ বেক্টেৰিয়া দ্বাৰাৰ নহয়)
A. Cholera ( কলেৰা)
B. Typhoid ( টাইফয়েড)
C. Tuberculosis ( যক্ষ্মা)
D. Pox ( বসন্ত)
উত্তৰ: D. Pox ( বসন্ত)
20. Name of bacteria of tuberculosis is ( যক্ষ্মা ৰোগৰ বীজাণুৰ নাম)
A. Myxo virus influenza ( মাইক্ৰ ভাইৰাছ ইনফ্লুৱেঞ্জা)
B. Salmonella typhosa ( চালম'নেলা টাইফোচা)
C. Vivax ( ভাইভেক্স)
D. Mycobacterium tuberculosis(মাইক'বেক্টেৰিয়াম টিউবাৰ কুল'চিচ)
উত্তৰ: Mycobacterium tuberculosis
21. Which of the following is communicable disease ( তলৰ কোনবিধ সংক্ৰামক ৰোগ)
A. Cholera ( কলেৰা)
B. Heart disease ( হৃদ ৰোগ)
C. Diabetes ( ডায়েবেটিচ)
D. Goitre ( গৰল)
উত্তৰ: A. Cholera ( কলেৰা)
22. Which of the following disease is not caused by virus (তলৰ কোনবিধ বেমাৰ ভাইৰাছৰ দ্বাৰা নহয়)
A. Mumps( পিঠাখুৱা ৰোগ)
B. Rabies ( জলাতংক )
C. AIDS( এইডছ)
D. Tuberculosis ( যক্ষ্মা)
উত্তৰ: D. Tuberculosis ( যক্ষ্মা)
23. Who prepared the first vaccine ( প্ৰথম প্ৰতিষেধক ছিটা কোনে প্ৰস্তুত কৰিছিল)
A. Robert Koch ( ৰবাৰ্ট কোচ)
B. Lois pastor ( লুইচ পেষ্টৰ)
C. Marshal and Warren (মাৰ্চেল আৰু ৱাৰেন )
D. Edward Jenar ( এডৱাৰ্ড জেনাৰ )
উত্তৰ: D. Edward Jenar ( এডৱাৰ্ড জেনাৰ )
24.In which year was Environment protection act implemented ( কোন চনত পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছে )
A. 1986
B. 1980
C.1981
D.1988
উত্তৰ: A. 1986
25. Out of the following leaders of the chipko movement who was honoured with plasma vibhusan in 2009 ( চিপকো আন্দোলনৰ লগত জড়িত কোনজন ব্যক্তিক 2009 চনত পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল )
A. Gauri Devi
B. Sundarlal Bahuguna
C. Amrita Devi
D. Chandigarh Prasad Bhatt
উত্তৰ: B. Sundarlal Bahuguna
No comments:
Post a Comment