ছেৱাই(SEBA) নৱম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০%পৰ্যন্ত কমাই দিছে ২০২১-২২ শৈক্ষিক বৰ্ষৰ বাবে ।
কভিড মহামাৰী বাবে ৰাজ্যত এপ্ৰিল মাহৰ পৰা বন্ধ হৈ আছে বিদ্যালয় সমূহ । বন্ধ হৈ থকাৰ সময়ছোৱাত ৰাজ্যত অনলাইনত পাঠ দান চলি আছে যদিও বহু ছাত্ৰ ছাত্ৰী অনলাইনত পাঠ দান প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব পৰা নাই । সেয়ে বিদ্যালয় সমূহ 6 তাৰিখৰ পৰা খুলিব যদিও ইমান কম সময়ৰ ভিতৰত ছেৱাই 2021-22 শৈক্ষিক বৰ্ষৰ বাবে দিয়া পাঠ্যক্ৰম সম্পূণ কৰাটো সহজ নহয় ।
তলত দিয়া হ'ল নৱম শ্ৰেণীৰ নতুন Syllabus
অসমীয়া বিষয়:
মুঠ নম্বৰ(১০০)
গোট 1. (১৩ নম্বৰ আহিব)
গদ্যাংশ
ক. অন্যৰ প্ৰতি ব্যৱহাৰ
খ. অন্ধ বিশ্বাস আৰু কু সংস্কাৰ
গোট 2. (১২ নম্বৰ )
সময়
গোট ৩. (১০ নম্বৰ)
পদ্যাংশ
ক. শিশুলীলা
খ. মানৱ বন্দনা
গোট৪. (৮ নম্বৰ)
ক. মোৰ দেশ
গোট ৫. (১০ নম্বৰ)
নত্ববিধি-ষত্ববিধি , সমাৰ্থক শব্দ , বিপৰীতাৰ্থক
শব্দ , সন্ধি , যুৰিয়া শব্দ , দ্বন্দ্ব সমাস,অনুৰূপ শব্দ
গোট৬.(৪ নম্বৰ)
ভাৱ সম্পসাৰণ/ বাক্য ৰচনা/আবেদন লিখন
গোট৭.(৮ নম্বৰ)
ৰচনা
গোট৮.(১০ নম্বৰ)
দ্ৰুত পাঠ (যিকোনো দুটা )
গোট৯.(১০ নম্বৰ)
গদ্যাংশ
সন্মান
গোট১০. (৮ নম্বৰ)
পদ্যাংশ
হনুমানৰ লংকা দৰ্শন
গোট১১.(৭ নম্বৰ)
বিপৰীত লিংবাচক শব্দ
,বিপৰীত শব্দ ,সমাৰ্থক শব্দ, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ
ENGLISH :
TOTAL MARKS :100 PASS MARKS IN WRITTEN EXAMINATION : 27
Internal Assessment : 10 MARKS
SECTION 1. Reading Comprehension (two prose
passages––one seen, another unseen:(10 Marks)
SECTION B. Writing (translation/amplification, article/
story, notice writing/report writing) (16 MARKS)
SECTION C. Grammar (tense, use of passive voice,
word order, narration, preposition,
degrees of comparison, question
patterns) (21 MARKS)
SECTION D.Literature/Textbooks : (Beehive)
Prose :(21 MARKS)
1. The Fun they Had, 2. The Sound of
Music,
3. My Childhood
Poetry : (12 MARKS)
1. The Road Not Taken, 2. The Lake
Isle of Innisfree, 3. A Legend of the
Northland
Supplementary Reader : (Moments) 10 MARKS
1. The Adventures of Toto, 2. The Happy
Prince,
বিজ্ঞান :
মুঠ নম্বৰ(১০০)
1. আমাৰ চাৰিওকাষৰ বস্তুবোৰ ( Full Chapter )6 marks
2. আমাৰ চাৰিওকাষৰ প্দাৰ্থবোৰ বিশুদ্ধনে ? Full Chapter 6 Marks
3. অনু আৰু পৰমাণু Full Chapter 7 Marks
4. পৰমাণু গঠন ( All units except Unit 4.2.2 ) 6 Marks
5. জীৱৰ মৌলিক একক Full Chapter 6 Marks
6. কলা Full Chapter 7 Marks
7. জীৱৰ বিচিত্ৰতা ( Upto unit 7.3.5 7) Marks
8. গতি (Full Chapter 8 Marks)
9. বল আৰু গতি বিষয়ক সূত্ৰসমূহ ( Full Chapter 10) Marks
10.মহাকাৰ্ষণ (Upto 10.4.1) 8 Marks
11. কাৰ্য আৰু শক্তি (Upto 11.3) 8 Marks
12. শব্দ ( Upto 12.3.2)6 Marks
13. আমি অসুস্থ হওঁ কিয় ? NIL
14. প্ৰাকৃতিক সম্পদ (Upto 14.3) 5 MARKS
15. খাদ্যসম্পদৰ উৎকৰ্ষ সাধন NIL
SUBJECT: SOCIAL SCIENCE
Section I : History (35)
1. Advent of Europeans into India 10 Marks
2. Growth of Indian Nationalism 15 Marks
4. Burmese Invasions of Assam 10 Marks
Section II : Geography (35)
1. Changes of Earth’s Surface 10 Marks
3. Geography of India 10 Marks
4. Geography of Assam 15 Marks
Section III : Political Science and Economics
Part I : Political Science (10)
1. Political Parties In India 05
2. Types of Government 05
Part II : Economics (10)
1. Basic Concepts of Economics 05
2. Basic Economic Problems 05
Theory Total 90
Internal Assessment (Environmental Project) 10
Grand Total 100
SUBJECT : MATHEMATICS
Revision Chapter 8 Marks
1. সংখ্যাৰ প্ৰণালী(whole chapter ) (7marks)
2. বহুপদ (whole chapter ) (10 marks)
3. স্থানাংক জ্যামিতি (whole chapter ) (5 marks)
4. দুটা চলকৰ ৰৈখিক সমীকৰণ (whole chapter ) (7 marks)
5. ইউক্লিডৰ জ্যামিতি পৰিচয় (nil) 0 Marks
6. ৰেখা আৰু কোন (whole chapter) 4 marks
7. ত্ৰিভুজ (Upto unit 7.5 -Upto exercise 7.3) 8 marks
8. চতুৰ্ভুজ Nil 0Marks
9. সমান্তৰিক আৰু ত্ৰিভুজৰ কালি (Upto unit 9.3 -Upto exercise 9.2 6 marks)
10. বৃত্ত (All units except 10.5) (8 marks)
11. অংকন (Upto unit 11.2 (4 marks)
12. হিৰণৰ সূত্ৰ Upto unit 12.2) (4 marks)
13. পৃষ্ঠকালি আৰু আয়তন (Upto unit 13.5) (8 marks)
14. পৰিসংখ্যা (Upto Unit 14.4) (8 Marks)
15. সম্ভাৱিতা (whole Chapter ( 3 Marks)
HISTORY :
Part - I,
World Revolution and Popular Movement.
1.American war of Independance ( 30 Marks)
3.Industrial Revolution (30 Marks)
Part - II
5.The Revolt of 1857 ( 20 Marks)
6. Socio-political uprising of the
North East India. ( 20 Marks)
No comments:
Post a Comment