আজিৰ পৰা Assam Tet 2021 আৱেদন প্ৰক্ৰিয়া আৰম্ভ । Here is the Direct Link to Apply

অসম টেট 2021 বাবে আৱেদন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে । অসম টেট 2021 বাবে অসমৰ স্থায়ী বাসিন্দা প্ৰাৰ্থী সকলে আবেদন কৰি পৰিব । সাতটা zone ত ভাগ কৰিছে জিলা সমূহক । প্ৰাৰ্থী সকলে যিটো নিৰ্বাচিত কৰিব সেই zone হে আবেদন কৰিব পাৰিব  চাকৰি বাবে । 


Zone 1:  ধুবুৰী , দক্ষিণ শালমৰা মানকাচাৰ , গোৱালপাৰা , বৰপেটা ,বঙাইগাওঁ
Zone 2: বাক্সা , চিৰাং , ওদালগুৰি , কোকৰাঝাৰ
Zone 3: নলবাৰী ,কামৰূপ , কামৰূপ মেট্ৰো ,দৰং ,মৰিগাঁও , নগাঁও ,হোজাই
Zone 4 : গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ , ডিব্ৰুগড় , তিনিচুকীয়া , চৰাইদেও
Zone 5 : শোণিতপুৰৰ, বিশ্বনাথ , ধেমাজি ,লখিমপুৰ
Zone 6 : কাৰ্বি আংলং ,  ডিমা হাছাও , পশ্চিম কাৰ্বি আংলং
Zone 7: কাছাৰ , হাইলাকান্দি , কৰিমগঞ্জ

নিম্ন প্ৰাথমিক টেট যোগ্যতা : (Class I to V)

1. উচ্চতৰ মাধ্যমিক উত্তীৰ্ন 50% সৈতে । 2 বছৰ D.el.ed  বা
2. উচ্চতৰ মাধ্যমিক উত্তীৰ্ন 50% সৈতে । 4 বছৰ B.EL.ED  বা
3. স্নাতকত 50% থাকিব লাগিব আৰু B.ED

উচ্চ প্ৰাথমিক টেট যোগ্যতা : (CLASS VI TO VIII)

1.স্নাতক আৰু 2 বছৰ D.el.ed
2. স্নাতকত 50% থাকিব লাগিব আৰু B.ED

Examination Fee : (দুয়োখন পেপাৰত একে )

1. সাধাৰণ শ্ৰেণী :325
2. ST/SC/OBC/MOBC/PWD : 300

Examination Centre :

1.  বাক্সা     Centre Code 01
2.  বিশ্বনাথ  Centre Code 02
3. বঙাইগাঁও Centre Code 03
4. কাছাৰ  Centre Code 04
5. চৰাইদেও Centre Code 05
6. চিৰাং Centre Code 06
7. দৰং Centre Code 07
8. ধেমাজি Centre Code 08
9. ডিব্ৰুগড় Centre Code 09
10. ডিমা হাছাও Centre Code 10
11. গোলাঘাট Centre Code 11
12. হোজাই Centre Code 12
13. যোৰহাট Centre Code 13
14. কামৰূপ (M) Centre Code 14
15. কামৰূপ Centre Code 15
16. কাৰ্বি আংলং Centre Code 16
17. কোকৰাঝাৰ Centre Code 17
18.  লখিমপুৰ Centre Code 18
19. মাজুলী Centre Code 19 
20. মৰিগাঁও Centre Code 20
21. নগাঁও Centre Code 21
22. নলবাৰী Centre Code 22
23. শিৱসাগৰ Centre Code 23
24. শোণিতপুৰ Centre Code 24
25. তিনিচুকীয়া Centre Code 25
26. ওদালগুৰি Centre Code 26
27. কাৰ্বি আংলং Centre Code 27

Important Dates :


1. আবেদন প্ৰক্ৰিয়া আৰম্ভ : 15/09/2021
2. আবেদন প্ৰক্ৰিয়া অন্তিম তাৰিখ : 25/09/2021
3. Admit card মুকলি :   10/10/2021
4. পৰীক্ষা তাৰিখ : 24/10/2021

Online Application Link :  Click Here


No comments:

Powered by Blogger.