অসম আৰক্ষী কনিষ্টবল পদৰ PST/ PET প্ৰক্ৰিয়া আৰম্ভ 1 ছেপ্টেম্বৰ পৰা ।
অসম ৰাজ্যিক পৰ্যায় পুলিচ নিযুক্তি বৰ্ডে( State level police recruitment board ) ঘোষণা কৰিছে Physical Efficiency Test ( PST/PET) অসমৰ আৰক্ষী কনিষ্টবল পদৰ বাবে ছেপ্টেম্বৰ মাহত আৰম্ভ হ'ব ।
প্ৰথম পৰ্যায়ত আৰক্ষী কনিষ্টবল পদৰ PET/PST আৰম্ভ হ'ব 1ছেপ্টেম্বৰৰ পৰা তলত দিয়া 15 খন জিলাত ।
1) Biswanath, 2) Chirang, 3) Darrang, 4) Dhemaji, 5) Dhubri, 6) Hailakandi, 7) Hojai, 8) Jorhat, 9) Morigaon, 10) Kamrup(M), 11) Karimganj, 12) Karbi Anglong, 13) Sivasagar, 14) Sonitpur & 15) Udalgari.
প্ৰাৰ্থীসকলে admit card সমুহ ডাউনলোড কৰিব পাৰিব 20/08/2021 পৰা । অন্যহাতে যিসকল প্ৰাৰ্থীয়ে পূৰ্বতে PET/PST অৱতীৰ্ণ হৈছিল তেওঁলোকে আকৌ অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নাই ।
প্ৰাৰ্থীসকলে admit card সমুহ ডাউনলোড কৰিব পাৰিব অফিচিয়েল ৱেবচাইট www.slprbassam.in .
আন জিলা সমূহৰ PET/PST বাবে Notice অতি সোনকালে প্ৰকাশ পাব ।
নিযুক্তি প্ৰক্রিয়াটোত সাঙুৰি ল'ব 2,391 টা পদ ইউ.বি কনিষ্টবল পদৰ বাবে আৰু 4,271 টা এ.বি কনিষ্টবল পদৰ বাবে ।
OFFICIAL NOTICE : DOWNLOAD
No comments:
Post a Comment