ছেৱাই প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰিব Psychometric Test ।
ছেৱাই প্ৰথম বাৰৰ বাবে Psychometric Test অনুষ্ঠিত কৰিবলৈ গৈ আছে । এই পৰীক্ষাই স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলক মেট্ৰিক পিছত কি বিষয়ত পঢ়িব , বা কি শাখাত পঢ়িলে ভাল হব তাক জনাত সহায় কৰিব ।
এই Psychometric Test হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছতে অনুষ্ঠিত হ'ব । 3, 48,739 জন ছাত্ৰ ছাত্রীৰে এইবাৰ ছেৱাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হব । এই সকলো ছাত্ৰ-ছাত্ৰীয়ে এই Psychometric Test দিব লাগিব । আনকি নৱম , দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েও দিব পাৰিব Psychometric Test ।
ছেৱাই এই Psychometric Test টোৰ নাম দিছে 'দিশা' ।
এই টেষ্ট অনুষ্ঠিত হ'ব 1 মাৰ্চ , 2020 । ছাত্ৰ-ছাত্ৰীসকলে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব 27 জানুৱাৰী পৰা 6 ফেব্ৰুৱাৰী ভিতৰত । পৰীক্ষাত থাকিব 182 টা প্ৰশ্ন আৰু সময় থাকিব 2 ঘণ্টা