ৰাজ্যসভাতো গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিল


নাগৰিকত্ব সংশোধনী বিল বিপক্ষে উত্তাল প্ৰতিবাদ চলি থকা সময়তে ৰাজ্যসভাতো গৃহীত হ'ল  নাগৰিকত্ব সংশোধনী বিল ।  সোমবাৰে লোকসভাত  গৃহীত হৈছিল ।
লোকসভাত নাগৰিকত্ব সংশোধনী বিল সপক্ষে  311 জন সদস্যই ভোট দান কৰিছিল আৰু 80 জন সদস্যই বিপক্ষে ভোট দান কৰিছিল ।  ৰাজ্যসভাত 125 জন সদস্যই সপক্ষে ভোট দিয়ে আৰু 105 জন সদস্যই বিপক্ষে ভোট দিয়ে ।
লোকসভাত নাগৰিকত্ব সংশোধনী বিল সপক্ষে শিৱসেনাৰ সদস্যই ভোট দিছিল কিন্তু ৰাজ্যসভাত ভোট বৰ্জন কৰে । 

Powered by Blogger.