CBSE ৰে মুকলি কৰি দিলে CTET DECEMBER 2019 ৰ Answer Key সমূহ
Central Board of Secondary Education ( CBSE) মুকলি কৰিলে ডিচেম্বৰত অনুষ্ঠিত হৈ
যোৱা CTET ৰ Answer key সমূহ । পৰীক্ষাৰ্থী সকলেতলত দিয়া লিংকটোত গৈ চাব পাৰিব ।
CTET DECEMBER 2019 অনুষ্ঠিত হৈছিল 8 ডিচেম্বৰ , 2019 চনত দেশজুৰি 110 খন চহৰত ।
প্ৰতিবেদন অনুসৰি 28 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ।
CTET DECEMBER 2019 ANSWER KEY : CLICK HERE
CLICK HERE