ভাৰতৰ 'সংবিধান দিৱস' 2019 : কিয় পালন কৰা সংবিধান দিৱস ?

আজিৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰা কৰা হয় কিয়নো 1949 চনৰ 26 নৱেম্বৰ দিনা ভাৰতৰ সংবিধান খন Constituent Assembly of India ই গ্ৰহণ কৰে । ১৯৫০ চনৰ 26 জানুৱাৰী দিনা  ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হয় ,  তাৰ পিছতে ভাৰত এখন  সাৰ্বভৌৰ্ম গনতান্ত্ৰিক গনৰাজ্য (Sovereign Democratic Republic)হৈ পৰে ।
সাৰ্বভৌৰ্ম (Sovereign)= সৰ্বোচ্ছ ক্ষমতা থকা বা স্বাধীন দেশ ।
গনতান্ত্ৰিক(Democratic) = জনগনই নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধিয়ে শাসন কাৰ্য চলায় ।
গনৰাজ্য (Republic)= জনগনই নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধিয়ে শাসন চলোৱা দেশ ।
ড° ভীমৰাও আম্বেদকাৰৰ নেতৃত্বততে  আমাৰ সংবিধানখন লিখি উলিয়া হৈছিল ।  লিখি উলিয়াবলৈ সময় লাগিছিল ২ বছৰ ,১১ মাহ , ১৮ দিন । আমাৰ সংবিধানখনেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘল সংবিধান । ড° ভীমৰাও আম্বেদকাৰে কৈছিল "যদি সংবিধান অপব্যৱহাৰ হয় , তেতিয়া মইয়েই প্ৰথমতে জ্বলাই দিম" ।
2015 চনৰ , 11 অক্টোবৰ দিনা নৰেন্দ্ৰ মোদীয়ে 26 নৱেম্বৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে ।
Powered by Blogger.