Assam Tet 2019 : শিশুৰ বিকাশ আৰু শিক্ষণৰ বিজ্ঞান কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ
1.পৰিণামৰ নীতি আগবঢ়াইছিল -
A. ফয়েড
B. থৰ্নডাইক
C. থাষ্টোন
D.হুল
উত্তৰ: B. থৰ্নডাইক
2.দলানুগত্যতা হ'ল ____ কালৰ বৈশিষ্ট্য
A. শৈশৱ কালৰ
B. বাল্যকালৰ
C. কৈশোৰ কালৰ
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. বাল্যকালৰ
3. জীৱনৰ কোনটো কালক প্ৰশ্ন সোধাৰ বয়স বুলি কোৱা হয় -
A. শৈশৱ কালৰ
B. বাল্যকালৰ
C. কৈশোৰ কালৰ
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. শৈশৱ কালৰ
4. তলত দিয়া কোনটো শিক্ষাদানৰ পদ্ধতি
A. প্ৰদৰ্শণ পদ্ধতি
B. অন্তঃ প্ৰেক্ষণ পদ্ধতি
C. প্ৰচেষ্টা আৰু ভুল পদ্ধতি
D. অনুবন্ধিত পদ্ধতি
উত্তৰ: A. প্ৰদৰ্শণ পদ্ধতি
5. প্ৰকল্প পদ্ধতি আগবঢ়াইছিল
A. ৰুছোৱে
B.কিলপ্ৰেট্ৰিকে
C. প্লেটোৱে
D. হাৰবাৰ্ট
উত্তৰ : B.কিলপ্ৰেট্ৰিকে
6. গেষ্টাল্ট শব্দৰ অৰ্থ কি
A. সমগ্ৰ
B. অনুকৰণ
C. অংশ
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. সমগ্ৰ
7. অন্তদর্শন শিক্ষণ পদ্ধতি নিৰ্ভৰ কৰে
A.গেষ্টাল্ট তত্ত্ব
B. মৌলিক তত্ত্ব
C. প্ৰচেষ্টা আৰু ভুল পদ্ধতি
D.ওপৰৰ এটাও নহয়
উত্তৰ : A.গেষ্টাল্ট তত্ত্ব
8. প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বিকাশ কৰিছিল
A. থৰ্নডাইক
B. পেভলভে
C. ক'হলাৰ
D. ৱাৰ্থিমাৰ
উত্তৰ : A. থৰ্নডাইক
9. অনুবন্ধনৰ যোগে শিক্ষণ পদ্ধতি বিকাশ কৰিছিল
A. থৰ্নডাইক
B. পেভলভে
C. ক'হলাৰ
D. ৱাৰ্থিমাৰ
উত্তৰ : B. পেভলভে
10. TLM ৰ সম্পূণ ৰূপ হ'ল
A. Teaching - Learning Materials
B. Teacher- Learner Medium
C. Teacher Learning Machine
D. Total literacy Mission
উত্তৰ : A. Teaching - Learning Materials
11. শ্বতঃক্ৰিয় অনুবন্ধনৰ লগত জড়িত
A.থৰ্নডাইক
B. পেভলভে
C. ক'হলাৰ
D. স্কিনাৰ
উত্তৰ : D. স্কিনাৰ
12. শাস্তি আৰু পুৰস্কাৰ নীতিটো শিক্ষণৰ ____নীতিৰ ওপৰত প্ৰতিষ্ঠিত
A. অনুশীলন নীতি
B. প্ৰস্তুতিৰ নীতি
C. ফলাফল নীতি
D. অব্যৱহাৰৰ নীতি
উত্তৰ : C. ফলাফল নীতি