Assam Tet 2019: অসমীয়া বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

 1. অসম নামটো লিখিত ৰূপত প্ৰচলন হয় 
A.চতুৰ্দশ শতিকাৰ পৰা
B. পঞ্চদশ শতিকাৰ পৰা
C. ত্ৰয়োদশ শতিকাৰ পৰা
D. দ্বাদশ শতিকাৰ পৰা 

উত্তৰ : B. পঞ্চদশ শতিকাৰ পৰা

2. অসমীয়া ভাষাই ৰূপ পায়
 A.দশম-একাদশ শতিকাত।
B. পঞ্চদশ শতিকাত
C. ত্ৰয়োদশ শতিকাত
D. দ্বাদশ শতিকাত

উত্তৰ :A.দশম-একাদশ শতিকাত।
3. অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা 
A. তিব্বত বর্মী
B. অষ্ট্ৰিক
C. আৰ্য
D. অনাৰ্য

উত্তৰ: C. আৰ্য

4. অসমীয়া ভাষাৰ মূল স্বৰূপ ভাষা পৰিয়ালটো হ'ল 
A. চীন তিব্বতীয়
B. অষ্ট্ৰিক
C. ইণ্ডোইউৰোপীয়
D. দ্ৰাবিড়

উত্তৰ : C. ইণ্ডোইউৰোপীয়

5. ভাৰতীয় আৰ্য ভাষাৰ মূল ভাগ 
A. তিনিটা
B.দুটা
C.চাৰিটা
D.পাঁচটা

উত্তৰ :A. তিনিটা

6. অপভ্ৰংগ স্তৰ হল 
A. তিনিটা
B.দুটা
C.চাৰিটা
D.পাঁচটা

উত্তৰ :B.দুটা 

7. প্ৰাকৃত ভাষাৰ স্তৰ কেইটা 
A. তিনিটা
B.দুটা
C.চাৰিটা
D.পাঁচটা

উত্তৰ :A. তিনিটা

8. প্ৰাচ্য অপভ্ৰংগ শাখা কেইটা 
A. তিনিটা
B.দুটা
C.চাৰিটা
D.পাঁচটা

উত্তৰ :  C.চাৰিটা

9. মাগধী অপভ্ৰংগ যিটো শাখাৰ পৰা অসমীয়া উৎপত্তি হৈছে সেইটো হল

A. মধ্য মাগধী অপভ্ৰংগ
B. পশ্চিম মাগধী অপভ্ৰংগ
C. পূৰ্বী মাগধী অপভ্ৰংগ
D. উত্তৰ মাগধী অপভ্ৰংগ

উত্তৰ : C. পূৰ্বী মাগধী অপভ্ৰংগ

10. কীৰ্তিলতা গ্ৰন্থ খনৰ ৰচক 
A. প্ৰবসেন 
B. চণ্ডীদাস
C.বিদ্যাপতি
D.কালিদাস

উত্তৰ : C.বিদ্যাপতি

11. মাধৱ কন্দলিয়ে কি গ্ৰন্থ ৰচনা কৰিছিল 
A. ৰামায়ণ
B. নাম মালিকা
C.হৰিশ্চন্দ্ৰ উপাখ্যান 
D.প্ৰহ্লাদ চৰিত্ৰ

উত্তৰ : A. ৰামায়ণ

12. কথা ৰামায়ণ কোনে ৰচনা কৰিছিল
A. গোপাল আতা
B. গোপাল চৰণ দ্বিজ
C. ৰঘুনাথ মহন্ত
D.মাধৱ কন্দলি

উত্তৰ : C. ৰঘুনাথ মহন্ত
Powered by Blogger.