ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ(BCCI) অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ সৌৰভ গাঙ্গুলিৰ
সৌৰভ গাঙ্গুলি উপৰিও কেন্দ্ৰিয় গৃহ মন্ত্ৰী অমিত শ্বাহ পুত্ৰ তথা গুজৰাট ক্ৰিকেট সংঘ দীৰ্ঘদিনীয়া সদস্য জয় শ্বাহ নতুন সচিব হিচাপে দায়িত্ব লাভ কৰে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বর্ডৰ পূৰ্ব অধ্যক্ষ অনুৰাগ ঠাকুৰ ভায়েক অৰুণ সিং ধুমালক কোষাধ্যক্ষ হিচাপে দায়িত্ব দিয়ে ।
সৌৰভ গাঙ্গুলি কাৰ্যকাল হব 2020 ৰ ছেপ্টেম্বৰলৈকে । তেওঁ Cricket Association of Bengal (CAB) ৰ অধ্যক্ষ হিচাপেও আছে দায়িত্বত ।