Assam Tet 2019 : শিশুৰ বিকাশ আৰু শিক্ষণৰ বিজ্ঞান কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ




1. কৈশোৰ কালক "ধুমুহা আৰু পিড়নৰ সময়" বুলি অভিহিত কৰিছিল
A. মিন্টেশ্বৰীয়ে
B. কাল মাৰ্ক্সে
C.ষ্টেনলি  হলে
D.পেভলভে

উত্তৰ :-  C.ষ্টেনলি  হলে

2. সন্তানৰ প্ৰতি থকা মাকৰ আগ্ৰহক
A. সুপ্ত
B. আৰ্জিত
C. ব্যক্তিগত
D.  এটাও নহয়

উত্তৰ : - A. সুপ্ত

3. কোনটো আগ্ৰহ জন্মগত
A. আৰ্জিত
B. সুপ্ত
C. ব্যক্তিগত
D. এটাও নহয়

উত্তৰ : B. সুপ্ত

4. লেটিন ভাষাৰ Persona শব্দটোৰ অৰ্থ কি
A. Out of
B. Players Mask
C. Logos
D. Personality

Answer :- B. Players Mask

5. আগ্ৰহ হব পাৰে -
A. দুই প্ৰকাৰৰ
B. তিনি প্ৰকাৰৰ
C.চাৰি প্ৰকাৰৰ
D. ওপৰৰ এটাও নহয়

উত্তৰ : C.চাৰি প্ৰকাৰৰ

6. বুদ্ধিৰ দ্বি- কাৰক তত্ত্ব কোনে আগবঢ়াইহিছিল
A.স্পিয়েৰমেন
B. থাৰ্ছষ্টোন
C. গাৰ্ডনাৰ
D. ওপৰৰ এটাও নহয়

উত্তৰ : A.স্পিয়েৰমেন
7.সাধাৰণ ছাত্ৰৰ বুদ্ধ্যা‌ংকৰ পৰিমাণ কিমান
A.110-119
B. 90-109
C.70 ৰ তলত
D. 80-89

উত্তৰ : B. 90-109

8. বুদ্ধিৰ ত্ৰিমাত্ৰিক তত্ত্ব কোনে আগবঢ়াইহিছিল
A.গিলফোৰ্ড
B. থাৰ্ছষ্টোন
C. গাৰ্ডনাৰ
D. ওপৰৰ এটাও নহয়

উত্তৰ : A.গিলফোৰ্ড
9. Delinquency শব্দটো উৎপত্তি হৈছিল কোন ভাষাৰ পৰা
A. গ্ৰীক
B.লেটিন
C.জাৰ্মান
D. ফ্ৰান্স

উত্তৰ : B.লেটিন

10. লেটিন ভাষাৰ Delinquency শব্দটো উৎপত্তি হৈছিল
A. Delingu শব্দৰ পৰা
B. Delinqure শব্দৰ পৰা
C. Deling শব্দৰ পৰা
D. Delingquent শব্দৰ পৰা
উত্তৰ : B. Delinqure শব্দৰ পৰা ।


11.অভ্যাসক কোৱা হয় 
A. প্ৰথম স্বভাৱ
B. দ্বিতীয় স্বভাৱ
C. তৃতীয় স্বভাৱ
D. চতুৰ্থ স্বভাৱ

উত্তৰ : B. দ্বিতীয় স্বভাৱ

12. অভ্যাসক হ'ল  _____ আচৰণ
A. আভ্যন্তৰীণ
B. যান্ত্ৰিক
C. বাহ্যিক
D. ওপৰৰ এটাও নহয় 

উত্তৰ : B. যান্ত্ৰিক

13.সম্পাদন অভীক্ষা হ'ল এক প্ৰকাৰৰ 
A. বুদ্ধিৰ অভীক্ষা
B. ব্যক্তিত্বৰ অভীক্ষা
C. সৃজনাত্মক অভীক্ষা
D. ওপৰৰ এটাও নহয় 
উত্তৰ: A. বুদ্ধিৰ অভীক্ষা

Powered by Blogger.