অসমীয়া ভাগ 1 : অসম টেট 2019 বাবে কিছুমান সম্ভাৱনীয় প্ৰশ্ন উত্তৰ
1.পদ্মনাথ গোহাঞিবৰুৱা কোনখন আলোচনীৰ সম্পাদনা কৰিছিল
A. জোনাকী
B. উষা
C. বাঁহী
D. কোনোটোৱেই নহয়
উত্তৰ :B. উষা
2. প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি আছিল
A. বনকুঁৱৰী
B. মমতাৰ চিঠি
C. প্ৰিয়তমাৰ চিঠি
D.মমান্তিক
উত্তৰ: A. বনকুঁৱৰী
3.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম উপন্যাস খনৰ নাম কি
A. ৰাজপথে ৰিঙিয়াই
B. আই
C. ইয়াৰোইঙ্গম
D.মৃত্যুঞ্জয়
উত্তৰ :A. ৰাজপথে ৰিঙিয়াই
4.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল
A. ৰাজপথে ৰিঙিয়াই
B. আই
C. ইয়াৰোইঙ্গম
D.মৃত্যুঞ্জয়
উত্তৰ :C. ইয়াৰোইঙ্গম
5. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা বঁটা লাভ কৰিছিল
A. ৰাজপথে ৰিঙিয়াই
B. আই
C. ইয়াৰোইঙ্গম
D.মৃত্যুঞ্জয়
উত্তৰ: D.মৃত্যুঞ্জয়
6.ভবানন্দ দত্ত কবিতা সম্পকীয় পুথিখন নাম কি?
A. অসমীয়া কবিতাৰ ৰূপৰেখা
B. সৃজন আৰু মনন
C. অসমীয়া কবিতাৰ কাহিনী
D. কাব্য আৰু অভিব্যঞ্জন
উত্তৰ : C. অসমীয়া কবিতাৰ কাহিনী
7.জ্যোতিপ্ৰসাদ আগৱালাই লিখা প্ৰথম নাটক নাম কি
A. ৰূপালীম
B. শোণিতকুঁৱৰী
C. লভিতা
D.নিমাতী কইনা
উত্তৰ: B. শোণিতকুঁৱৰী
8. 'সুন্দৰ কোঁৱৰ' জ্যোতিপ্ৰসাদ আগৱালাৰ কোনখন নাটকৰ বিখ্যাত চৰিত্ৰ
A.লভিতা
B. ৰূপালীম
C. কাৰেঙৰ লিগিৰী
D. খনিকৰ
উত্তৰ : C. কাৰেঙৰ লিগিৰী
9. 'জোনাকীৰ' প্ৰথম সম্পাদক গৰাকী হল-
A. লক্ষ্মীনাথ বেজবৰুৱা
B. চন্দ্ৰকুমাৰ আগৰৱালা
C. পদ্মনাথ গোহাঞিবৰুৱা
D. হেমচন্দ্ৰ গোস্বামী
উত্তৰ : B. চন্দ্ৰকুমাৰ আগৰৱালা
10. লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ কবিতাপুথিখন হ'ল
A. লিতিকাই
B. কদমকলি
C.পদুম কুঁৱৰী
D.জুনুকা
Answer:- B. কদমকলি

No comments:
Post a Comment