অসমীয়া ভাগ 2 : অসম টেট 2019 বাবে কিছুমান সম্ভাৱনীয় প্ৰশ্ন উত্তৰ

10. লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ কবিতাপুথিখন হ'ল
A. লিতিকাই 
B. কদমকলি 
C.পদুম কুঁৱৰী 
D.জুনুকা 
Answer:- B. কদমকলি 

11.লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাস  হ'ল
A. লিতিকাই 
B. কদমকলি 
C.পদুম কুঁৱৰী 
D.জুনুকা 
Answer:- C.পদুম কুঁৱৰী 

12. 'Philosophy and India ' গ্ৰন্থ খনৰ ৰচক কোন 
A. চন্দ্ৰকুমাৰ আগৰৱালা
B.পদ্মনাথ গোহাঞিবৰুৱা
C.ভবানন্দ দত্ত
D.বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য 

উত্তৰ :C.ভবানন্দ দত্ত

13.প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ -  চন্দ্ৰকুমাৰ কুমাৰ আগৰৱালাৰ কাব্যপুথি সম্পৰ্কে এইষাৰ কাৰ উক্তি
A. লক্ষ্মীনাথ বেজবৰুৱা
B.হেমচন্দ্ৰ গোস্বামী 
C. পদ্মনাথ গোহাঞিবৰুৱা
D.সত্যনাথ বৰা

উত্তৰ : A. লক্ষ্মীনাথ বেজবৰুৱা

14.অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম কি আছিল 

A. লক্ষ্মীনাথ বেজবৰুৱা
B.হেমচন্দ্ৰ গোস্বামী 
C. পদ্মনাথ গোহাঞিবৰুৱা
D.চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ: C. পদ্মনাথ গোহাঞিবৰুৱা
15.'বাঁহীত' প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ সমষ্টিয়েই হল 
A.বীণ বৰা'গী
B.প্ৰতিমা 
C.পাহৰণী
D.কদমকলি

উত্তৰ: A.বীণ বৰা'গী

15.'জোনাকীত' প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ সমষ্টিয়েই হল 

A.বীণ বৰা'গী
B.প্ৰতিমা 
C.পাহৰণী
D.কদমকলি

উত্তৰ:B.প্ৰতিমা
16."Love in the Time of Insurgency" গ্ৰন্থখনৰ ৰচক কোন 
A. লক্ষ্মীনাথ বেজবৰুৱা
B.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
C. পদ্মনাথ গোহাঞিবৰুৱা
D.চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ : B.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

17."Love in the Time of Insurgency" কোনখনৰ উপন্যাসৰ ইংৰাজী অনুবাদীত গ্ৰন্থ 
A. পদুম কুঁৱৰী
B.লভিতা
C.ৰঙা মেঘ 
D.ইয়াৰোইঙ্গম

উত্তৰ: D.ইয়াৰোইঙ্গম

18.ভানুমতী” উপন্যাসখনৰ ঔপন্যাসিকগৰাকী কোন ?
A. লক্ষ্মীনাথ বেজবৰুৱা
B.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
C. পদ্মনাথ গোহাঞিবৰুৱা
D.চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ: C. পদ্মনাথ গোহাঞিবৰুৱা
19. ফুলৰ চানেকি হৈছে পদ্মনাথ গোহাঞিবৰুৱা
A.নাটক 
B.কবিতাপুথি  
C. উপন্যাস 
D.জীৱনী

উত্তৰ : B.কবিতাপুথি
20.বনকুঁৱৰী কবিতাটো প্ৰকাশ হৈছিল 
A.জোনাকী আলোচনীত 
B. উষা আলোচনীত 
C.বাঁহী আলোচনীত 
D.চেতনা আলোচনীত 

উত্তৰ: A.জোনাকী আলোচনীত

No comments:

Powered by Blogger.