CTET DECEMBER 2019 : অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভ হব 19 আগষ্ট পৰা ।
Central Board of Secondary Education ( CBSE ) ঘোষণা কৰিলে CTET DECEMBER 2019 হবলগীয়া তাৰিখ । CTET DECEMBER 2019 পৰীক্ষা হব 8 ডিচেম্বৰ তাৰিখে । অনলাইন আৱেদন প্ৰক্রিয়া আৰম্ভ হব আগষ্ট 19 তাৰিখৰ পৰা ছেপ্টেম্বৰ 18 তাৰিখলৈকে । CTET পতা হয় দুখন পেপাৰৰ বাবে।
Paper 1- Class( 1- 5) শিক্ষকৰ বাবে
Paper 2 - Class (6-8) শিক্ষকৰ বাবে
CTET DECEMBER 2019 পতা হব দেশৰ 110 খন চহৰত আৰু 20 টা
ভাষাত ।
কিছুদিনৰ আগতে CBSE মুকলি কৰি দিছিল CTET July 2019 পৰীক্ষাৰ ফলাফল । 3.52 লাখ পৰীক্ষাৰ্থীয়ে অৰ্হতা অৰ্জন কৰে । তাৰ ভিতৰত 2.15 লাখ পৰীক্ষাৰ্থীয়ে Paper 1 ৰ অৰ্হতা অৰ্জন কৰে । আৰু Paper 2 অৰ্হতা অৰ্জন কৰে 1.37 লাখ পৰীক্ষাৰ্থীয়ে । CTET চাৰ্টিফিকেট খনৰ ম্যাদ 7 বছৰ ।

No comments:
Post a Comment